Home

/

Webinars

/HSLC 2024 English Question paper Complete Solution | 2024 বৰ্ষৰ ইংৰাজী প্ৰশ্নকাকত - সম্পূৰ্ণ সমাধান আৰু আলোচনা
WEBNARS HSLC 2024 English Question paper Complete Solution | 2024 বৰ্ষৰ ইংৰাজী প্ৰশ্নকাকত - সম্পূৰ্ণ সমাধান আৰু আলোচনা

Webinar lapsed

HSLC 2024 English Question paper Complete Solution | 2024 বৰ্ষৰ ইংৰাজী প্ৰশ্নকাকত - সম্পূৰ্ণ সমাধান আৰু আলোচনা

16 Feb 2024, 1:00 PM

Graphy Live Meeting

Overview

আজি সন্ধিয়া ৬:৩০ বজাত আমাৰ Academy এ লৈ আহিছে 2024 বৰ্ষৰ মেট্ৰিকত ইংৰাজী বিষয়ত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকতৰ সম্পূৰ্ণ আলোচনা। য'ত তোমালোকৰ লগত আলোচনা কৰা হ'ব MCQ আৰু সকলো দীঘল আৰু চমু প্ৰশ্নোত্তৰ লগতে Grammar সমূহ।

গতিকে তুমি যদি আজি মেট্ৰিক পৰীক্ষা দি আহিলা, আৰু কোনোটো ভূল আৰু কোনোটো শুদ্ধ তাক বিচাৰ কৰিব বিচৰা তেন্তে আজি Alusona Academy Education  তৰফৰ ফালৰ পৰা হ'বলগীয়া Webinar ট অনুগ্ৰহ কৰি Join হৈ ল'বলৈ নাপাহৰিব।

সময় - আজি সন্ধিয়া 6:30 PM

×

Order ID:

Registration successful

You'll receive updates about this webinar directly in your inbox. Until then, join in on exclusive discussions with members!

Illustration | Payment success